Gitanagarr dhuniya suwali joni
Similar songs
Lahe Lahe
Rupam Bhuyan,Albela Khanam05:09
Moromor Xunpahi
Mukut Raj,Papori Gogoi03:58
Pagol Premik
Riyan Saikia,Abeg03:20
Roommate
Torie04:26
Utpaat
Craze02:55
Bihongo
Kalp,Kolakar03:02
Aadhoruwa Gaan
Bedanta Sarma04:42
Xorotor Xuworoni
Arghadeep Barua04:51
Xunjoni Mur Nasoni
Aapurba Bezbaruah03:12
Similar Songs
Lahe Lahe
Rupam Bhuyan,Albela Khanam
Moromor Xunpahi
Mukut Raj,Papori Gogoi
Pagol Premik
Riyan Saikia,Abeg
Roommate
Torie
Utpaat
Craze
Bihongo
Kalp,Kolakar
Aadhoruwa Gaan
Bedanta Sarma
Xorotor Xuworoni
Arghadeep Barua
Xunjoni Mur Nasoni
Aapurba Bezbaruah
About song
Genre :Classical
39 Plays
Music Director:
Tune:
Lyricist:Bhargav jyoti das
Composition:
Copyright © NA
Lyrics
ৰূপৰ নহয়____ গুনৰো নহয়_____মনৰ ধুনীয়া সেই ছোৱালীজনী,
এটি মিঠা হাঁহিৰে সকলোৰে মন জয় কৰা যেন সৰগৰ পৰীজনী,
তাইক লগ পোৱাৰ বহু আশা মনতলৈ
আগবাঢ়িছিলোঁ গুৱাহাটীলৈ।।
গীতানগৰলৈ মাথোঁ গীতানগৰলৈ
বহু সপোন মনত বান্ধিলৈ
দিঠকত পৰিণত কৰিবলৈ____________
শব্দক গীতৰ ৰূপে গঢ়ি তুলিবলৈ
মৰমৰ দ্বীপলিনা ডেকাৰ ঘৰলৈ___________
সপোন সপোন লগা সেই দিনটোলৈ
আজিও বৰকৈ মনত পৰে
উভতি যাবলৈ মন যায় আকৌ
সেই মৰমলগা ঠাই খনলৈ
যত পাইছিলোঁ মৰম,সহানুভূতি, প্ৰেৰণা,আৰু উৎসাহ,______
মৰমৰে ভৰা যেন এক সুবিশাল আকাশৰ দৰেই তাইৰ হৃদয়খন,,
মনত নাছিল কোনো ভেদ ভাব এজনী সাধাৰণ ছোৱালী দৰেই ---
ৰূপৰ ধুনীয়া নহয় সেই পৰীজনী
গুণৰ ধুনীয়া ,মনৰ ধুনীয়া ,মৰম আবিৰখনা______
মাজে মাজে মন যায় তাই আকৌ লগ পাব
মন যায় গীতৰ সুৰেৰে এবাৰ কণ্ঠ নিগৰাব
হেঁপাহ আছে এবাৰ সেই ভবাই নাছিলোঁ গীতটি পুনৰ শুনিব- - -- -
হয় সেই গৰাকী আছিল মৰমসনা
গীতানগৰৰ দ্বীপলিনা।।।।।।।।।।